দুষ্প্ৰাপ্য মৃত্তিকা আৰু সাম্প্ৰতিক বিশ্বৰ প্ৰযুক্তি

বৰ্তমান মানৱ সমাজ সম্পূৰ্ণভাৱে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ৷ ধনী অথবা দুখীয়া সকলো লোকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আহিছে ৷দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা স্মাৰ্ট ফোন , চেলুলাৰ ফোন, লেপটপ, কম্পিউটাৰ, গাড়ী মটৰ, ইন্টাৰনেট, ৰাডাৰ, LED বাল্ব , টৰ্চ, পুন ব্যৱহাৰযোগ্য বেটাৰী ইত্যাদি আমি ব্যৱহাৰ কৰি আহিছো ৷ প্ৰযুক্তিবিহীন জীৱনৰ আমি কল্পনাইContinue reading “দুষ্প্ৰাপ্য মৃত্তিকা আৰু সাম্প্ৰতিক বিশ্বৰ প্ৰযুক্তি”

লাই-ফাই ঃ প্ৰযুক্তিবিজ্ঞানৰ নতুন সংযোজন

লাই -ফাই বৰ্তমান ৱাই-ফাই(Wifi)ৰ নাম নুশুনা বোধহয় কোনো নোলাব , কিন্তু লাই-ফাই (LiFi) নাম খুব কমেইহে শুনিছে চাগৈ, বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ৷ ৱাই-ফাইৰ দৰে লাই-ফাই(LiFi)ও এক উচ্চ গতিৰ যোগাযোগ মাধ্যম, য’ত ৱায়াৰলেছ নেটৱৰ্কিং প্ৰযুক্তিবিদ্যাৰ সহায়ত LED বাল্বৰ পোহৰত তথ্য সৰবৰাহ কৰা হয়৷ যিদৰে ৱাই-ফাই(WiFi) সংযোগৰ বাহক হিচাপে ৰেডিঅ’ / মাইক্ৰ’ৱেভ তৰংগ ব্যৱহাৰ কৰে, ঠিক তেনেদৰেContinue reading “লাই-ফাই ঃ প্ৰযুক্তিবিজ্ঞানৰ নতুন সংযোজন”