নিৰৱতাৰ স্তম্ভ

দুবছৰমান আগত মুম্বাইত ফুৰিবলৈ যাওঁতে বাছখনৰ গাইড ল’ৰাজনে নিৰৱিছিন্নভাৱে বাছৰ গতিৰ সৈতে বৰ্ণনা কৰি যাওঁতে এঠাইত এখন ডাঙৰ পাৰ্কৰ মুখৰ আগেদি যাওঁতে কৈ গৈছিল যে পাৰ্কখনত পাৰ্চী লোকৰ মৃতদেহবোৰ ওখ খুটাত বান্ধি থয় শগুন , চিলনী আদিয়ে খাবলৈ৷ যদিও পাৰ্ক বুলি কৈছিল এইখন পাৰ্কতকৈ বহুত ডাঙৰ আছিল আৰু চহৰৰপৰা একাষৰীয়াকৈ আছিল ৷ এই কথাখিনি এইবাবেইContinue reading “নিৰৱতাৰ স্তম্ভ”

লাই-ফাই ঃ প্ৰযুক্তিবিজ্ঞানৰ নতুন সংযোজন

লাই -ফাই বৰ্তমান ৱাই-ফাই(Wifi)ৰ নাম নুশুনা বোধহয় কোনো নোলাব , কিন্তু লাই-ফাই (LiFi) নাম খুব কমেইহে শুনিছে চাগৈ, বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ৷ ৱাই-ফাইৰ দৰে লাই-ফাই(LiFi)ও এক উচ্চ গতিৰ যোগাযোগ মাধ্যম, য’ত ৱায়াৰলেছ নেটৱৰ্কিং প্ৰযুক্তিবিদ্যাৰ সহায়ত LED বাল্বৰ পোহৰত তথ্য সৰবৰাহ কৰা হয়৷ যিদৰে ৱাই-ফাই(WiFi) সংযোগৰ বাহক হিচাপে ৰেডিঅ’ / মাইক্ৰ’ৱেভ তৰংগ ব্যৱহাৰ কৰে, ঠিক তেনেদৰেContinue reading “লাই-ফাই ঃ প্ৰযুক্তিবিজ্ঞানৰ নতুন সংযোজন”

মুগা শিল্প আৰু সোণোৱাল কছাৰীৰ জনবিশ্বাস

প্ৰাগ ঐতিহাসিক যুগৰেপৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মুগা আৰু এড়ী শিল্পৰ প্ৰচলন হৈ আহিছে ৷হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰত, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, চীনা পৰিব্ৰাজক ফাহিয়ানৰ ভ্ৰমণ কাহিনীটো অসমৰ মুগা শিল্পৰ বিষয়ে উল্লেখ আছে ৷ অসমৰ ভূমিপুত্ৰ বড়ো, কাৰ্বি, মিছিং, কছাৰী, গাৰো আদি লোকসকলে অতীজৰেপৰা মুগা শিল্পৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আহিছে৷ প্ৰবাদ আছে সম্ভৱত ১৮০ খ্ৰীষ্টাব্দত কিৰাত বংশীয়Continue reading “মুগা শিল্প আৰু সোণোৱাল কছাৰীৰ জনবিশ্বাস”

তামোল-পাণ আৰু অসমীয়া লোক-সাহিত্যত ইয়াৰ প্ৰভাৱ

অসমীয়া সমাজত তামোল-পাণৰ স্থান অতি গুৰুত্বপূৰ্ণ ৷তামোল-পাণ অসমীয়া সমাজ তথা ধৰ্মমূলক বিভিন্ন কাম-কাজত অপৰিহাৰ্য অংগ৷ যুগৰ পৰিৱৰ্তন হ’ল, মানুহ আধুনিক হ’ল কিন্তু তামোল-পাণৰ ব্যৱহাৰ কম বা সলনি নহ’ল ৷ আগৰ দৰে সেলেঙি বোৱাই তামোল-পাণ খোৱাৰ দৃশ্য প্ৰায় বিলুপ্ত হৈ গ’লেও তামোল খোৱা মানুহৰ সংখ্যা পিছে কম হোৱা নাই ৷ তামোলৰ বৈজ্ঞানিক নাম হৈছে Areca catesuContinue reading “তামোল-পাণ আৰু অসমীয়া লোক-সাহিত্যত ইয়াৰ প্ৰভাৱ”

বিজ্ঞান সম্বন্ধীয়

তাৰকাৰাজ্যৰ কথা স্বৰ্গৰ অধিপতি দেৱৰাজ ইন্দ্ৰ ৷ ইন্দ্ৰৰ বাহন বিখ্যাত হস্তী ঐৰাৱত৷ এই ঐৰাৱতৰ পিঠিত উঠিয়েই ইন্দ্ৰই সসাগৰা পৃথিৱী ভ্ৰমি ফুৰে ৷ যিফালেই যায় গোটেই পথ পোহৰাই যায় ৷ অহা যোৱা কৰি কৰি যি বাটৰ সৃষ্টি হ’ল , সেয়াই হাতীপটি ৷ আইতা -ককাৰ মুখৰ এই হাতীপটিৰ কাহিনীয়ে শিশুসকলক বিস্মিত কৰি তোলাৰ লগতে আকাশৰ ৰহস্যৰ প্ৰতিContinue reading “বিজ্ঞান সম্বন্ধীয়”

সোণোৱাল কছাৰী কৃষ্টি-সংস্কৃতি ৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা

অতীজৰেপৰা সোণোৱালসকল কৃষ্টি-সংস্কৃতি, লোক-কলা , লোকশিল্প, ঐতিহ্য, ভাষা-সাহিত্যৰপৰা ঐশ্বৰ্যশালী জনগোষ্ঠী হিচাপে নিজৰ পৰিচয় দি আহিছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগেই যেন এই ঐতিহ্য, সংস্কৃতি, কৃষ্টি, পৰম্পৰা ম্লান পৰি আহিছে৷ আগৰ দিনৰ জ্যেষ্ঠসকলে যিদৰে পৰম্পৰা, সংস্কৃতি মানি চলিছিল , নতুনচামৰ মাজত সেয়া পৰিলক্ষিত হোৱা নাই ৷ আগৰ জ্যেষ্ঠসকলে যেনেদৰে নিজৰ বংশ, খেল, পৰিয়াল আদিৰ পৰিচয় দিContinue reading “সোণোৱাল কছাৰী কৃষ্টি-সংস্কৃতি ৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা”

খাৰি বাউলি

ভাৰতৰ তথা এছিয়াৰ ভিতৰত সৰ্ববৃহৎ সুগন্ধি মছলা আৰু ভেষজ উদ্ভিদৰ বজাৰখনেই হৈছে খাৰিবাউলি ৷এই বজাৰখনত সকলো প্ৰকাৰৰ সুগন্ধি উদ্ভিদ, মছলা, বাদাম, ভেষজ উদ্ভিদ আৰু বিভিন্ন শস্য আদিৰ আমদানি আৰু ৰপ্তানি হয় ৷ দেশৰ বিভিন্ন অঞ্চলৰপৰা এই সামগ্ৰীসমূহ আনিি ইয়াৰ বজাৰৰ যোগেদি বিভিন্ন প্ৰান্তলৈ তথা বিদেশলৈ ৰপ্তানি কৰা হয় ৷ দিল্লীৰ বিখ্যাত লালকিল্লাৰ ওচৰত খাৰিবাউলি পথতContinue reading “খাৰি বাউলি”

Introduce Yourself (Example Post)

This is an example post, originally published as part of Blogging University. Enroll in one of our ten programs, and start your blog right. You’re going to publish a post today. Don’t worry about how your blog looks. Don’t worry if you haven’t given it a name yet, or you’re feeling overwhelmed. Just click theContinue reading “Introduce Yourself (Example Post)”