
অনন্য জীৱন
জানিবলগীয়া
এনেকৈয়ে এদিন
এনেকৈয়ে এদিন তেওঁ আহিছিলকোনেও আহিব নোৱাৰা বাটেদিবুকুত সংগোপনে এটুকুৰা ঠাই লৈছিলউভতি যোৱাৰ প্ৰশ্নই নাহিল৷ তেওঁ অহা বাটত ফুলা নাছিলকোনো গোলাপ কিম্বা খৰিকাজাই অথবা চেনিচম্পা ফুল৷বতাহত উৰা নাছিল কোনো সপোনৰ চিলা ৷ কিন্তুএনেকৈয়ে এদিন তেওঁ সেই ঠাইটুকুৰাত ঘৰ বান্ধিছিলটুকুৰা চৰাইৰ দৰে সী লৈছিল সপোনবোৰকাহানিও নেদেখা , নজহা নপমা ভালপোৱাবোৰ এনেকৈয়ে এদিনতেওঁ মোৰ আপোন হৈ পৰিছিলপানী নসৰকাContinue reading “এনেকৈয়ে এদিন”
বহুদিনৰ মূৰত এটি কবিতা
নাৰী পুৰুষবোৰৰ দূৰ্বলতাধুনীয়া হাঁহিৰ নাৰীবোৰ দেখিলেপ্ৰেমত পৰি যায় ৷নাৰীবোৰ পুৰুষৰ দূৰ্বলতাগালৰ ক’লা তিলটোৰোমোহত পৰি যায়৷নাৰীৰ হাঁহিবোৰো পুৰুষৰ দূৰ্বলতাদেখিলেই হৃদয় উখলমাখল লগায় ৷নাৰীবোৰ পুৰুষৰ আদিম দূৰ্বলতাক’লা হওক বগা হওককিবা এটা অজুহাততেই বিচাৰি পায় আকুলতা ৷ পুৰুষত্বৰ জালত মেৰাব পাৰিলেই যেনহৈ পৰে দূৰ্বাৰ প্ৰেমিক ,অথবাকামাতুৰ নাইবা এক সৰীসৃপযিয়ে মেৰাই ধৰে নাৰীৰ সুন্দৰতা, সৰলতা, সততা ৷ নাৰীবোৰ পুৰুষৰContinue reading “বহুদিনৰ মূৰত এটি কবিতা”
Follow My Blog
Get new content delivered directly to your inbox.